মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ পৰিবহণ আয়ুক্তালয়

অপৰাধ আৰু শাস্তি

যান বাহনত কৰ্তব্যৰত বিষয়াই ধৰা পেলোৱা অপৰাধমূলক মামলা মোকৰ্দমাসমূহ সাধাৰণতে ন্যায়ালয়লৈ বিচাৰৰ বাবে পঠোৱা হয়। মটৰ গাড়ী আইনৰ ইউ/এছ ২০০ ত কিছুমান ধাৰাৰ মোকৰ্দমাৰ ক্ষেত্ৰত পৰিবহণ বিষয়াসকলক শিথিল হ’বলৈ অনুমতি প্ৰদান কৰা হৈছে। এই খণ্ড বা ধাৰাসমূহ হৈছে :

১৭৭, ১৭৮, ১৭৯, ১৮০, ১৮১, ১৮২, ১৮৩, ১৮৪, ১৮৬, ১৮৯, ১৯০, ১৯১, ১৯২, ১৯৪, ১৯৬ আৰু ১৯৮

To know more, refer to the link : Click Here

বিচাৰপীঠে গ্ৰহণ কৰা অন্যান্য শাস্তিমূলক ব্যৱস্থাৰ ভিতৰত বৰ্খাস্তকৰণ/গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ আৰু অনুমতিপত্ৰৰ বাতিলকৰণ ইত্যাদি অন্যতম।

মটৰ গাড়ীৰ পঞ্জীয়ন হোৱা মোকৰ্দমাসমূহ

দোষণীয় কাৰ্য্যৰ প্ৰকৃতিধৰা পেলোৱা মোকৰ্দমাৰ সংখ্যানিষ্পত্তি হোৱা মোকৰ্দমাৰ সংখ্যানিষ্পত্তি নোহোৱা মোকৰ্দমাৰ সংখ্যাজৰিমনা বিহি মুকলি কৰি দিয়া মোকৰ্দমাৰ সংখ্যা
নথিপত্ৰ অবিহনে গাড়ীচালনা৯৫৬২৯ টা৭০৬০৩ টা২৫০২৬ টা২৫০২১০৩৭৩ টা
অধিক বোজা কঢ়িওৱা৩০৬৫ টা২৯৮৭ টা৭৮ টা৯১৮৫০০০ টা
নিচাসক্ত অৱস্থাত গাড়ীচালনা৬৫ টা  এনে মোকৰ্দমা বিচাৰৰ বাবে ন্যায়ালয়লৈ প্ৰেৰণ কৰা হয়
অধিক গতিত কৰা বিপদসংকুল গাড়ীচালনা৪০৭ টা৩১৫ টা৯২ টা৩১৫০০০ টা
ছিটবেল্ট, হেলমেট পৰিধান নকৰাকৈ গাড়ীচালনা৯০৬৬১ টা৬৪৫৩২ টা২৬১২৯ টা৩২২৬৬০০০ টা
মুঠ১৮৯৮২৭ টা১৩৮৪২৭৫১৪০০২৯১৯৭৬৩৭৩ টা